From Wikipedia, the free encyclopedia
বলিউড হাংগামা (পূৰ্বে পৰিচিত ইণ্ডিয়া এফএম বা ইণ্ডিয়া এফএম ডট্ কম) এখন বলিউড বিনোদন ৱেবচাইট, হাংগামা ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্টৰ মালিকানাধীন, যিটো ২০০০ চনত ৱেবচাইটটো অধিগ্ৰহণ কৰিছিল।[2][3]
বলিউড হাংগামা | |
---|---|
soft2i | |
ইউ আৰ এল | www |
বাণিজ্যক | হয় |
প্ৰকাৰ | বলিউডৰ গচিপ, মুভি ৰিভিউ |
পঞ্জীয়ন | বিনামূল্য/সন্মতি |
ভাষা | ইংৰাজী, হিন্দী es-us |
স্বত্বাধিকাৰী | হাংগামা ডিজিটেল মিডিয়া বিনোদন |
মুকলি | ১৬ জুন ১৯৯৮ |
এলেক্সা স্থান | ৬,৩০৮ (এপ্ৰিল ২০২০)[1] |
বৰ্তমান স্থিতি | সক্ৰিয় |
ৱেবচাইটটো ভাৰতীয় চলচ্চিত্ৰ শিল্প, বিশেষত বলিউড, ফিল্ম ৰিভিউ আৰু বক্স অফিচৰ ৰিপোৰ্ট সম্পৰ্কিত সংবাদ সৰবৰাহ কৰে। ১৯৯৮ চনৰ ১৫ জুনত আৰম্ভ হোৱা ৱেবচাইটটোৰ মূল নাম আছিল "ইণ্ডিয়াএফএম ডটকম"। ইয়াৰ নামটো পৰিবৰ্তন কৰি ২০০৮ চনত "বলিউড হাংগামা" কৰা হয়।[4] বলিউড হাংগামা চিচি-বিৱাই-৩.০ (CC-BY-3.0 license) লাইচেঞ্চৰ অধিনত তেওঁলকৰ ছবি প্ৰকাশ কৰিছে।
২০২০ চনৰ এপ্ৰিল লৈকে ভাৰতত ইয়াৰ এলেক্সা ৰেঙ্কিং ৮৭৯।[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.