![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/32/Bomdila.jpg/640px-Bomdila.jpg&w=640&q=50)
বমডিলা
জিলাৰ সদৰ ঠাই। / From Wikipedia, the free encyclopedia
বমডিলা (Bomdila) উত্তৰ-পূব ভাৰতৰ পশ্চিম কামেং জিলাৰ সদৰ ঠাই৷ অৰুণাচল প্ৰদেশৰ ৬০ টা সমষ্টিৰ ভিতৰত বমডিলা অন্যতম৷ এই নগৰখন প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে পৰ্য্যটনৰ ক্ষেত্ৰত এক আকৰ্ষণীয় ঠাই৷
ক্ষিপ্ৰ তথ্য
বমডিলা | |||
— নগৰ — | |||
স্থানাঙ্ক | 27.25°N 92.4°E / 27.25; 92.4 | ||
দেশ | ![]() | ||
ৰাজ্য | অৰুণাচল প্ৰদেশ | ||
জিলা | পশ্চিম কামেং | ||
জনসংখ্যা | 8,370[1] (2011[update]) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা |
• 2,415 m (7,923 ft) | ||
ক'ড
|
বন্ধ কৰক