বনচিৰিকা
From Wikipedia, the free encyclopedia
বনচিৰিকা (ইংৰাজী: Eurasian tree sparrow, বৈজ্ঞানিক নাম: Passer montanus) ঘৰচিৰিকা গোত্ৰৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মূৰৰ ওপৰ অংশ (crown) গাঢ় ৰঙা-মটিয়া ( Chestnut) বৰণৰ৷ মতা-মাইকী দুয়োৰে বাহ্যক গঠন একে হয়৷ পোৱালিৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ পাতল হোৱা দেখা যায়৷ ইহঁতে গছৰ খোৰোং বা প্ৰাকৃতিক সুৰঙা (cavity) আদিত বাহ সাজে৷ এবাৰত পাঁচ-ছটা কণী পাৰে৷ বনচিৰিকাৰ বহুল বিস্তৃতিৰ বাবে ইয়াক বিপদমুক্ত বুলি গণ্য কৰা হয় যদিও ঠাইবিশেষে ইয়াৰ জনসংখ্যা হ্ৰাস হোৱা বুলি তথ্য পোৱা গৈছে৷
ক্ষিপ্ৰ তথ্য Eurasian tree sparrow (বনচিৰিকা), সংৰক্ষণ স্থিতি ...
Eurasian tree sparrow (বনচিৰিকা) | |
---|---|
জাপানত P. m. saturatus উপপ্ৰজাতিৰ পূৰ্নবয়স্ক মতা বনচিৰিকা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Passeridae |
গণ: | Passer |
প্ৰজাতি: | P. montanus |
বৈজ্ঞানিক নাম | |
Passer montanus (Linnaeus, 1758) | |
গোলকীয় বিতৰণ
Breeding summer visitor | |
সমাৰ্থক | |
|
বন্ধ কৰক