![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/23/Bauhinia_variegata_flower.jpg/640px-Bauhinia_variegata_flower.jpg&w=640&q=50)
বগা কাঞ্চন
From Wikipedia, the free encyclopedia
গোলাপী কাঞ্চন (বৈজ্ঞানিক নাম: Bauhinia variegata) বা বগা কাঞ্চন (বৈজ্ঞানিক নাম: Bauhinia variegata var. candida) (ইংৰাজী: orchid tree, camel's foot tree, kachnar আৰু mountain-ebony) হৈছে এক প্ৰকাৰৰ বৃক্ষ। ই ৰঙা কাঞ্চনতকৈ আকাৰত সৰু, পাতৰ গঠনো একে, অৰ্থাৎ আগফালে দুভাগত বিভক্ত। বসন্তত প্ৰায় পাতহীন গছজোপাত গোলপীয়া ৰঙৰ সুগন্ধি ফুলেৰে ভৰি পৰে। ফুলৰ পাহি ৫টা। ফল চিৰা চিৰা। ইয়াৰ বগা ফুলৰ প্ৰকাৰভেদো আছে। ই এক ভাৰতীয় প্ৰজাতি।[3]
![]() |
এই বৃক্ষৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য বগা কাঞ্চন, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
বগা কাঞ্চন | |
---|---|
![]() | |
গোলাপী কাঞ্চন (Bauhinia variegata) | |
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
গণ: | Phanera |
প্ৰজাতি: | P. variegata |
বৈজ্ঞানিক নাম | |
Phanera variegata[1][2] (L.) Benth. |
বন্ধ কৰক