ফ্ৰিদা কাল'
মেক্সিক'ৰ চিত্ৰকৰ / From Wikipedia, the free encyclopedia
ফ্ৰিদা কাল' (ইংৰাজী: Frida Kahlo de Rivera) এগৰাকী মেক্সিকান চিত্ৰকৰ।[2][4][5] এওঁ বিশেষকৈ তেওঁৰ নিজা প্ৰতিকৃতি (self-portrait) সমূহৰ বাবে প্ৰসিদ্ধ।[6] তেওঁৰ চিত্ৰসমূহ মেক্সিক'কে ধৰি আমেৰিকাৰ লোকসকলৰ মাজত দেশীয় সত্তাৰ পৰিচয়মূলকভাৱে আৰু নাৰিবাদী সকলৰ মাজত নাৰীৰ অনুভৱৰ প্ৰতিনিধি ৰূপে খ্যাত।[7]
ক্ষিপ্ৰ তথ্য ফ্ৰিদা কাল', নাম ...
ফ্ৰিদা কাল' | |
---|---|
Frida Kahlo, Self-portrait with Thorn Necklace and Hummingbird, Nickolas Muray Collection, Harry Ransom Center, University of Texas at Austin[1] | |
নাম | Magdalena Carmen Frieda[2] Kahlo y Calderón |
জন্ম | জুলাই ৬ , ১৯০৭ Coyoacán, Mexico |
মৃত্যু | জুলাই ১৩ , ১৯৫৪ (৪৭ বছৰ) Coyoacán, Mexico |
দেশ | Mexican |
পেচা | Painting |
প্ৰশিক্ষণ | Self–taught |
বিপ্লৱ | Surrealism, Magic Realism |
কৰ্মৰাজী | in museums:
|
বন্ধ কৰক