![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/73/Red-vented_Bulbul_%2528Pycnonotus_cafer%2529_in_Tirunelveli%252C_India.jpg/640px-Red-vented_Bulbul_%2528Pycnonotus_cafer%2529_in_Tirunelveli%252C_India.jpg&w=640&q=50)
ফেচুলুকা
এবিধ চৰাই / From Wikipedia, the free encyclopedia
ফেচুলুকা (ইংৰাজী: Red-vented Bulbul, বৈজ্ঞানিক নাম-Pycnonotus cafer) এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ইয়াক ভাৰত উপমহাদেশৰ শ্ৰীলংকাৰ পৰা তিব্বতলৈকে স্থানীয়ভাৱে দেখা পোৱা যায়। [2]
ক্ষিপ্ৰ তথ্য ফেচুলুকা (Red-vented Bulbul), সংৰক্ষণ স্থিতি ...
ফেচুলুকা (Red-vented Bulbul) | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Pycnonotidae |
গণ: | Pycnonotus |
প্ৰজাতি: | P. cafer |
বৈজ্ঞানিক নাম | |
Pycnonotus cafer (Linnaeus, 1766) | |
সমাৰ্থক | |
Molpastes cafer |
বন্ধ কৰক