ফিলিপাইনছৰ নাৰী
From Wikipedia, the free encyclopedia
"ফিলিপাইনছৰ নাৰী"ৰ(ইংৰাজী: women in the Philippines) ভূমিকা এওঁলোকৰ সংস্কৃতি, মান আৰু মানসিকতাৰ প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰা হৈছে ।ফিলিপাইনছক দেশখনক শক্তিশালী নাৰীৰ দেশ হিচাবে জনা যায়, কিয়নো নাৰীসকলে প্ৰত্যক্ষ বা পৰোক্ষ্য ভাৱে পৰিয়ালবোৰ, ব্যৱহায়, চৰকাৰী সংস্থা বা বৃহৎ কৃষিভৃত্তিক অংশবোৰ(সাচিন্দা)চলাই থাকে ।[2] দক্ষিণ-পূব এচিয়াৰ আনবোৰ দেশতকৈ ফিলিপাইনছৰ সমাজত নাৰীসকলে এটা বৃহৎ পৰিমানৰ সামাজিক সম্যতা উপভোগ কৰিছে।[3]
ক্ষিপ্ৰ তথ্য সাধাৰণ পৰিসংখ্যা, জননীৰ মৃত্যুৰ হাৰ (প্ৰতি ১ লাখত) ...
মালাকানাঙৰ পতাকা উত্তোলনৰ অনুষ্ঠানত ফিলপিনছৰ মহিলাৰ এটি দলে তেওঁলোকৰ পৰম্পৰা অনুসাৰে 'হ্যাণ্ড টু হাৰ্ট' নমস্কাৰ আগ বঢ়াইছে | |
সাধাৰণ পৰিসংখ্যা | |
---|---|
জননীৰ মৃত্যুৰ হাৰ (প্ৰতি ১ লাখত) | 99 (2010) |
সদনত নাৰী | 22.1% (2012) |
দ্বিতীয় পৰ্যায়ৰ শিক্ষাৰ সৈতে ২৫ বছৰৰ উৰ্দ্ধৰ নাৰী | 65.9% (2010) |
কৰ্মক্ষেত্ৰত নাৰী | 49.7% (2011) |
লিংগ অসমতাৰ সূচক | |
মান | 0.418 (2012) |
স্থান | 77th |
গোলকীয় লিংগ বৈষম্যৰ সূচক[1] | |
মান | 0.784 (2021) |
স্থান | 17th |
বন্ধ কৰক