ফিগমা (ছফ্টৱেৰ)
ৱেব-ভিত্তিক ভেক্টৰ গ্ৰাফিক্স সম্পাদক আৰু প্ৰ'ট'টাইপিং সঁজুলি / From Wikipedia, the free encyclopedia
ফিগমা হৈছে এক ৱেব-ভিত্তিক ভেক্টৰ গ্ৰাফিক্স সম্পাদক আৰু প্ৰ'ট'টাইপিং সঁজুলি। অথচ মেকঅ'এছ আৰু ৱিণ্ড'জৰ বাবে নিৰ্মিত ডেস্কটপ এপ্লিকেশ্যনত কিছুমান অতিৰিক্ত অফলাইন সুবিধা পোৱা যায়। এণ্ড্ৰইড আৰু আইঅ'এছ-ৰ বাবে নিৰ্মিত ফিগমা মিৰ'ৰ কম্পেনিয়ন এপৰ জৰিয়তে ম'বাইল ডিভাইচসমূহত বাস্তৱ-সময়ত ফিগমা প্ৰ'ট'টাইপসমূহ চাব পাৰি। বাস্তৱ-সময়ত সহযোগিতা কৰিব পৰা সুবিধা থকা এই এপ্লিকেশ্যনটো বিশেষভাৱে ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ আৰু ব্যৱহাৰকাৰী অভিজ্ঞতা ৰূপাংকণৰ বাবে তৈয়াৰ কৰা হৈছে।[1]
ক্ষিপ্ৰ তথ্য বিকাশক, প্ৰথম মুক্তি ...
বিকাশক | ফিগমা, ইনক'ৰ্পৰেশ্যন |
---|---|
প্ৰথম মুক্তি | ২৭ ছেপ্টেম্বৰ ২০১৬; ৭ বছৰ আগত (2016-09-27) |
অপাৰেটিং চিষ্টেম | লিনাক্স, মেকঅ'এছ, ৱিণ্ড'জ, ক্ৰ'ম অ'এছ |
প্লেটফৰ্ম | ৱেব এপ্লিকেশ্যন |
প্ৰকাৰ |
|
অনুজ্ঞাপত্ৰ | স্বত্বাধিকাৰী |
ৱেবছাইট | www |
বন্ধ কৰক