![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/30/Sir_Fazle_Hasan_Abed_receives_Thomas_Francis%252C_Jr._Medal.jpg/640px-Sir_Fazle_Hasan_Abed_receives_Thomas_Francis%252C_Jr._Medal.jpg&w=640&q=50)
ফজলে হাসান আবেদ
From Wikipedia, the free encyclopedia
ছাৰ ফজলে হাসান আবেদ (বঙালী: ফজলে হাসান আবেদ, ২৭ এপ্ৰিল ১৯৩৬ – ২০ ডিচেম্বৰ ২০১৯) হৈছে বিশ্বৰ অন্যতম বৃহৎ বেচৰকাৰী সংস্থা ব্ৰাকৰ প্ৰতিষ্ঠাপক।
ক্ষিপ্ৰ তথ্য ছাৰফজলে হাসান আবেদ নাইট কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ চেণ্ট মাইকেল এণ্ড চেণ্ট জৰ্জ, কেচিএমজি, স্থানীয় নাম ...
ছাৰ ফজলে হাসান আবেদ নাইট কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ চেণ্ট মাইকেল এণ্ড চেণ্ট জৰ্জ, কেচিএমজি | |
---|---|
![]() মিচিগান বিশ্ববিদ্যালয়ৰ পৰা থমাছ ফ্ৰান্সিছ জুনিয়ৰ পদক গ্ৰহণ কৰি থকা অৱস্থাত আবেদ (এপ্ৰিল ২০১৬) | |
স্থানীয় নাম | ফজলে হাসান আবেদ |
জন্ম | ২৭ এপ্ৰিল, ১৯৩৬ বানিয়াচং, হাবিগঞ্জ, বংগ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২০ ডিচেম্বৰ, ২০১৯ (৮৩ বছৰ)[1] ঢাকা, বাংলাদেশ |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
শিক্ষা | নৌসেনা স্থাপত্য |
শিক্ষানুষ্ঠান | ঢাকা মহাবিদ্যালয় গ্লাছগৌ বিশ্ববিদ্যালয় |
জনা যায় | ব্ৰাকৰ প্ৰতিষ্ঠাতা |
দাম্পত্যসঙ্গী | লেডী ছায়েদা ছাৰৱাট বঁটা |
সন্তান | শ্বামেৰন আবেদ (পুত্ৰ) তামাৰা হাসান আবেদ (জীয়ৰী) |
বন্ধ কৰক