{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Phyllanthus|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

ক্ষিপ্ৰ তথ্য পৰা আমলখিপামলখি হলফলি, বৈজ্ঞানিক শ্ৰেণীবিভাজন ...
পৰা আমলখি
পামলখি
হলফলি
Thumb
পৰা আমলখি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Phyllanthus
প্ৰজাতি: P. acidus
দ্বৈৰাশিক নামকৰণ
Phyllanthus acidus
(L.) Skeels[1]
সমাৰ্থক

Phyllanthus distichus Müll.Arg.
Cicca acida Merr.
Cicca disticha Carl Linnaeus
Averrhoa acida Carl Linnaeus

বন্ধ কৰক

পৰা আমলখি বা পৰামলখি বা পামলখি বা হলফলি (বৈজ্ঞানিক নাম: Phyllanthus acidus) Phyllanthaceae পৰিয়ালৰ এবিধ গছ। ইয়াক ইংৰাজীত ষ্টাৰবেৰী বুলিও কোৱা হয়। হালধীয়া বৰণৰ ফল ধৰা এই গছবিধৰ নাম পৰা আমলখি হোৱা স্বত্বেও ইয়াৰ ফলৰ সোৱাদ আমলখিতকৈ ভিন্ন।

বিৱৰণ

Thumb
পুলি অৱস্থাৰ পৰা আমলখি

পৰা আমলখিৰ প্ৰকৃতি জোপোহা আৰু বৃক্ষৰ মাজতে। ই ২ৰ পৰা ৯ মিটাৰ (৬.৫ৰ পৰা ৩০ ফুট) ওখ হয়।[2] গছজোপাৰ শীৰ্ষ জোপোহাটো পৰ্ণপাতী পত্ৰ সংযোজিত কঠিন ঠাৰিৰ থোপাৰে গঠিত। এই ঠাৰিসমূহ ১৫ৰ পৰা ৩০ চে.মি. দীঘল। পাতৰ আকৃতিত ডিম্বাকৃতিৰ আৰু মূৰ অংশ জোঙা। পাতবোৰ ২–৭.৫ চেণ্টিমিটাৰ দীঘল। পাতৰ ওপৰৰ ফাল সেউজীয়া ৰঙৰ আৰু মসৃণ। তলৰ ফালে নীলাভ-সেউজীয়া। গছজোপাৰ সৈতে বিলম্বি গছৰ সাদৃশ্য আছে।

ফুলবোৰ মতা, মাইকী বা উভয়লিংগী হ'ব পাৰে।[2] এইসমূহ গোলাপী ৰঙৰ আৰু ৫ৰ পৰা ১২.৫ চে.মি. দীঘল ঠাৰিত থুপ খাই ফুলে। গছজোপাৰ মূল ডালবোৰৰ পাতবিহীন অংশত ফুল গঠন হয়। ফলসমূহ ৰঙালাওৰ দৰে ৬ৰ পৰা ৮টা পাঁজৰযুক্ত আৰু এইসমূহ ঘনকৈ থুপ খাই থাকে। ইয়াৰ ৰং শেঁতা হালধীয়া বা বগা। ফলসমূহ ৰসাল আৰু টেঙা। প্ৰতিটো ফলৰ মাজত এটা শিলত ৪ৰ পৰা ৬টা বীজ থাকে।[2][3]

ব্যৱহাৰ

Thumb
ফলসমূহ

পৰা আমলখিৰ বিভিন্ন অংশ খাদ্যৰ বাবে ব্যৱহাৰ কৰা হয়। বাংলাদেশ, ভাৰত আৰু ইণ্ডোনেছিয়াত সিজোৱা পাতবোৰ খাদ্য হিচাপে গ্ৰহণ কৰা হয়।[3] ফলবোৰ কেঁ‌চাকৈ খোৱা হয়। কেতিয়াবা ইণ্ডোনেছিয়াৰ অন্যান্য খাদ্যৰ বাবে সোৱাদবৰ্দ্ধম হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইয়াক সাধাৰণতে প্ৰাকৃতিক ৰূপত নিজে খাব নোৱাৰাকৈ অতি টেঙা বুলি গণ্য কৰা হয় আৰু ইয়াক আৰু অধিক প্ৰক্ৰিয়াকৰণ কৰি ব্যৱহাৰ কৰা হয়।[3][4] ইয়াক চেনিত ডুবাই কেণ্ডি প্ৰস্তত কৰা হয় বা নিমখ দি আচাৰ, চাটনি আদি তৈয়াৰ কৰা হয়। ফিলিপাইনছত ইয়াক ভিনেগাৰ বনোৱাৰ লগতে কেঁচাকৈ খোৱা হয়। নিমখ বা ভিনেগাৰ-নিমখৰ দ্ৰৱণত তিয়াই ৰাস্তাৰ কাষতো বিক্ৰী কৰা হয়। ইয়াৰ পৰা কেণ্ডি তৈয়াৰ কৰাৰ লগতে চিৰাপৰ সৈতে জাৰত সংৰক্ষণ কৰা হয়। ইয়াক ফলৰ ৰস বনাবলৈও ব্যৱহাৰ কৰা হয়। থাইলেণ্ডত ইয়াক ছম টাম বনাবলৈ, আচাৰ বনাবলৈ, চিৰাপত উতলাবলৈ (মা-য়ম চুৱাম) বিশেষ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.