পৰাগধৰ চলিহা
ভাৰতীয় ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
পৰাগধৰ চলিহা (ইংৰাজী: Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল। তেওঁ কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, প্ৰশাসক তথা ৰাজনীতিবিদ আছিল। অসমত তেওঁ সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল।
ক্ষিপ্ৰ তথ্য পৰাগধৰ চলিহা, জন্ম ...
পৰাগধৰ চলিহা | |
---|---|
![]() | |
জন্ম | ১৩ ছেপ্টেম্বৰ, ১৯২৩ অসম |
মৃত্যু | ২১ জুন, ১৯৯৯ (৭৫ বছৰ) |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
পিতৃ-মাতৃ | পদ্মধৰ চলিহা |
বন্ধ কৰক