প্ৰণব মুখাৰ্জী
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি / From Wikipedia, the free encyclopedia
প্ৰণব কুমাৰ মুখাৰ্জী (ইংৰাজী: Pranab Kumar Mukherjee; ১১ ডিচেম্বৰ ১৯৩৫ — ৩১ আগষ্ট, ২০২০) ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ৰ পৰা ২০১২ চনলৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা (troubleshooter) আছিল।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য প্ৰণব মুখাৰ্জী, ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি ...
প্ৰণব মুখাৰ্জী | |
---|---|
ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৫ জুলাই ২০১২ – ২৫ জুলাই ২০১৭ | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং |
উপ ৰাষ্ট্ৰপতি | মহম্মদ হামিদ আনচাৰী |
পূৰ্বসূৰী | প্ৰতিভা পাটিল |
উত্তৰসূৰী | ৰাম নাথ কোৱিন্দ |
বিত্ত মন্ত্ৰী | |
কাৰ্যকাল ২৪ জানুৱাৰী ২০০৯ – ২৬ জুন ২০১২ | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং |
পূৰ্বসূৰী | মনমোহন সিং |
উত্তৰসূৰী | মনমোহন সিং |
কাৰ্যকাল ১৫ জানুৱাৰী ১৯৮২ – ৩১ ডিচেম্বৰ ১৯৮৪ | |
প্ৰধানমন্ত্ৰী | ইন্দিৰা গান্ধী ৰজীৱ গান্ধী |
পূৰ্বসূৰী | আৰ ভেংকটাৰমন |
উত্তৰসূৰী | ভি পি সিং |
বিদেশ পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৪ অক্টোবৰ ২০০৬ – ২৩ মে' ২০০৯ | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং |
পূৰ্বসূৰী | মনমোহন সিং |
উত্তৰসূৰী | এছ এম কৃষ্ণ |
কাৰ্যকাল ১০ ফেব্ৰুৱাৰী ১৯৯৫ – ২৬ মে' ১৯৯৬ | |
প্ৰধানমন্ত্ৰী | পি ভি নৰসিংহ ৰাও |
পূৰ্বসূৰী | দীনেশ সিং |
উত্তৰসূৰী | অটল বিহাৰী বাজপায়ী |
প্ৰতিৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ২২ মে' ২০০৪ – ২৬ অক্টোবৰ ২০০৬ | |
প্ৰধানমন্ত্ৰী | মনমোহন সিং |
পূৰ্বসূৰী | জৰ্জ ফাৰ্ণাণ্ডেজ |
উত্তৰসূৰী | এ কে এণ্টনী |
পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ | |
কাৰ্যকাল ২৪ জুন ১৯৯১ – ১৫ মে' ১৯৯৬ | |
প্ৰধানমন্ত্ৰী | পি ভি নৰসিংহ ৰাও |
পূৰ্বসূৰী | মোহন ধাৰিয়া |
উত্তৰসূৰী | মধু দণ্ডৱতে |
ব্যক্তিগত তথ্য | |
জন্ম | প্ৰণব কুমাৰ মুখাৰ্জী ১১ ডিচেম্বৰ, ১৯৩৫ বিৰভুম জিলা, বেংগল প্ৰেচিডেন্সী, ব্ৰিটিছ শাসিত ভাৰত (এতিয়া পশ্চিম বংগ, ভাৰতত) |
মৃত্যু | ৩১ আগষ্ট, ২০২০ (৮৪ বছৰ) নতুন দিল্লী, ভাৰত |
মৃত্যুৰ কাৰণ | ক'ভিড-১৯ |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৯-১৯৮৬; ১৯৮৯-২০১২) ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ (১৯৮৬-১৯৮৯) |
আন ৰাজনৈতিক সম্পৰ্ক |
United Front (১৯৯৬-২০০৪) United Progressive Alliance (২০০৪-বৰ্তমানলৈ) |
দাম্পত্যসঙ্গী | শুভ্ৰা মুখাৰ্জী (১৯৫৭-বৰ্তমানলৈ) |
সন্তান | শৰ্মিষ্ঠা, অভিজিৎ, ইন্দ্ৰজিৎ |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
বঁটা | পদ্মবিভূষণ, ২০০৮ ভাৰত ৰত্ন, ২০১৯ |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক