![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/77/Hajo_Powa_Mecca.jpg/640px-Hajo_Powa_Mecca.jpg&w=640&q=50)
পোৱামক্কা
অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰত অৱস্থিত মুছলমান সকলৰ তীৰ্থস্থান / From Wikipedia, the free encyclopedia
পোৱামক্কা (ইংৰাজী: Powa Makkah) অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান।[1] চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল।[2]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/77/Hajo_Powa_Mecca.jpg/640px-Hajo_Powa_Mecca.jpg)