পেকিং মানৱFrom Wikipedia, the free encyclopedia পেকিং মানৱ এটি মানৱ প্ৰজাতি যাক ১৯২৭ চনত ডেভিড ব্লেকে আৱিষ্কাৰ কৰিছিল।[1] পেকিং মানৱৰ মস্তিষ্কৰ আকাৰ প্ৰায় ১০০০ কিউবিক চেণ্টিমিটাৰ, কিন্তু কিছু কিছু মস্তিষ্কৰ আকাৰ প্ৰায় ১৩০০ কিউবিক চেণ্টিমিটাৰ পাইছিলগৈ, যি আধুনিক মানৱত মস্তিষ্কৰ সমান। পেকিং মানৱৰ মস্তিষ্কৰ সাধাৰণ পুনৰ্নিৰ্মান
পেকিং মানৱ এটি মানৱ প্ৰজাতি যাক ১৯২৭ চনত ডেভিড ব্লেকে আৱিষ্কাৰ কৰিছিল।[1] পেকিং মানৱৰ মস্তিষ্কৰ আকাৰ প্ৰায় ১০০০ কিউবিক চেণ্টিমিটাৰ, কিন্তু কিছু কিছু মস্তিষ্কৰ আকাৰ প্ৰায় ১৩০০ কিউবিক চেণ্টিমিটাৰ পাইছিলগৈ, যি আধুনিক মানৱত মস্তিষ্কৰ সমান। পেকিং মানৱৰ মস্তিষ্কৰ সাধাৰণ পুনৰ্নিৰ্মান