![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/77/Geologic_Clock_with_events_and_periods.svg/langas-640px-Geologic_Clock_with_events_and_periods.svg.png&w=640&q=50)
পৃথিৱীৰ ইতিহাস
From Wikipedia, the free encyclopedia
পৃথিৱীৰ ইতিহাস বুলিলে পৃথিৱী নামৰ গ্ৰহটোৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময় পৰ্যন্ত সমগ্ৰ সময়ছোৱাকেই বুজোৱা হয়।[1][2] অতীতৰ মূল ঘটনাবোৰোৰ সম্পৰ্কে অধ্যয়ন কৰাত প্ৰাকৃতিক বিজ্ঞানৰ শাখাসমূহে সহায় কৰে। পৃথিৱীৰ বয়স মহাবিশ্বৰ বয়স প্ৰায় এক তৃতীয়াংশ। এই বিপুল সময়ছোৱাত পৃথিৱীত অজস্ৰ ভূতত্ত্বীয় পৰিবৰ্তন ঘটিছে, জীৱনৰ উদ্ভৱ হৈছে আৰু সেই জীৱনৰ বিৱৰ্তন ঘটিছে।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
![Earth's history with time-spans of the eons to scale](http://upload.wikimedia.org/wikipedia/commons/thumb/7/77/Geologic_Clock_with_events_and_periods.svg/320px-Geologic_Clock_with_events_and_periods.svg.png)