পূব কাৰ্বি আংলং অভয়াৰণ্য
From Wikipedia, the free encyclopedia
পূব কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী: East Karbi Anglong Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই কাৰ্বি আংলং-কাজিৰঙা লেণ্ডস্কেপৰ এটা উল্লেখযোগ্য অংশ।
ক্ষিপ্ৰ তথ্য পূব কাৰ্বি আংলং অভয়াৰণ্য ( East Karbi Anglong Wildlife) Sanctuary, অৱস্থান ...
পূব কাৰ্বি আংলং অভয়াৰণ্য ( East Karbi Anglong Wildlife) Sanctuary | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অৱস্থান | অসম, ভাৰত |
মাটিকালি | ২২১.৮১ বৰ্গ কিলোমিটাৰ[1] |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
বন্ধ কৰক