![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f7/Papum_Pare_in_Arunachal_Pradesh_%2528India%2529.svg/langas-640px-Papum_Pare_in_Arunachal_Pradesh_%2528India%2529.svg.png&w=640&q=50)
পাপুমপাৰে জিলা
From Wikipedia, the free encyclopedia
পাপুমপাৰে জিলা (Pron:/ˌpæpəm ˈpæɹɪ or ˈpɑ:ɹeɪ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনবহুল জিলা৷ জিলাখনৰ সদৰ ঠাই য়ুপিয়াত অৱস্থিত৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷[2]
ক্ষিপ্ৰ তথ্য পাপুমপাৰে জিলা, দেশ ...
পাপুমপাৰে জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | য়ুপিয়া |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
- বিধানসভা সমষ্টি | ৩টা (ইটানগৰ, দৈমুখ, চাগালি) |
মাটিকালি | |
- মুঠ | ২,৮৭৫ কি.মি.২ (১,১১০ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১,৭৬,৩৮৫ জন |
- জনঘনত্ব | ৬১.৪ প্ৰতি বৰ্গ কি.মি. (১৫৮.৯ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৮২.১%[1] |
- লিংগ অনুপাত | ৯৫০[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 27°09′00″N 93°43′12″E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক