![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9b/Assam_locator_map.svg/langas-640px-Assam_locator_map.svg.png&w=640&q=50)
পানী দিহিং অভয়াৰণ্য
From Wikipedia, the free encyclopedia
পানী দিহিং অভয়াৰণ্য (ইংৰাজী: Pani Dihing Wildlife Sanctuary ) অসমৰ শিৱসাগৰ জিলাত বহ্মপুত্ৰ নদৰ দক্ষিণে অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই শিৱসাগৰ চহৰৰ পৰা ২২ কিলোমিটাৰ দুৰত্বত অৱস্থিত।[2]
ক্ষিপ্ৰ তথ্য পানী দিহিং অভয়াৰণ্য (Pani Dihing Wildlife Sanctuary), অৱস্থান ...
পানী দিহিং অভয়াৰণ্য (Pani Dihing Wildlife Sanctuary) | |
---|---|
অসমত পানী দিহিং অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | শিৱসাগৰ জিলা, অসম, ভাৰত |
নিকটতম চহৰ | Sivasagar |
স্থানাংক | 27°7′19″N 94°35′47″E[1] |
মাটিকালি | 33.93 বৰ্গ কি.মি. (3,39,30,000 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ১৯৯৬ |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
বন্ধ কৰক