![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6f/Gyps_bengalensis_PLoS.png/640px-Gyps_bengalensis_PLoS.png&w=640&q=50)
পাতি শগুণ
এবিধ চৰাই / From Wikipedia, the free encyclopedia
পাতি শগুণ (ইংৰাজী: White-rumped Vulture,(বঙালী: বাংলা শকুন; বা বাংলা শগুণ বৈজ্ঞানিক নাম- Gyps bengalensis) শগুণৰ এটা উল্লেখযোগ্য প্ৰজাতি। নব্বৈৰ দশকলৈকে ই দক্ষিণ-পূব এছিয়া ত বহুলভাৱে বিস্তৃত হৈ আছিল। ১৯৮৫ চনত এই চৰাইবিধক বিশ্বৰ ভিতৰতে আটাইতকৈ সৰহীয়াকৈ পোৱা মাংসভোজী চৰাইৰ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল[2][3] যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে। [4][2] ফলস্বৰূপে ইয়াক বৰ্ত্তমান সংকটজনকভাৱে বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত ঠাই দিয়া হৈছে আৰু সংৰক্ষণৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে। [3]
ক্ষিপ্ৰ তথ্য White-rumped Vulture, সংৰক্ষণ স্থিতি ...
White-rumped Vulture | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Accipitriformes |
পৰিয়াল: | Accipitridae |
গণ: | Gyps |
প্ৰজাতি: | G. bengalensis |
বৈজ্ঞানিক নাম | |
Gyps bengalensis (Gmelin, 1788) | |
![]() | |
Former distribution of Gyps bengalensis in red | |
সমাৰ্থক | |
Pseudogyps bengalensis |
বন্ধ কৰক