From Wikipedia, the free encyclopedia
পস্ত' ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পস্ত' সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৯,৭৪৮ প্ৰবন্ধ আছে।
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | পস্ত' ভাষা |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | ps.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
২০২৪ চনত পস্ত' ৱিকিপিডিয়াৰ ১৯,৭৪৮ টা প্ৰবন্ধ, ৩৪,০০০ গৰাকী সম্পাদক, ৪ গৰাকী প্ৰশাসক আৰু ১,৭৮৩ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩,৩৭,৮৮৬।[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.