![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/06/West_Siang_in_Arunachal_Pradesh_%2528India%2529.svg/langas-640px-West_Siang_in_Arunachal_Pradesh_%2528India%2529.svg.png&w=640&q=50)
পশ্চিম ছিয়াং জিলা
From Wikipedia, the free encyclopedia
পশ্চিম ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই আল' (পূৰ্বৰ আলং)৷ জিলাখনত ব্যৱহৃত মূল ভাষাসমূহ হৈছে আদি আৰু গাল’৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, মেম্বা আৰু খাম্বা জনজাতিৰ৷
ক্ষিপ্ৰ তথ্য পশ্চিম ছিয়াং জিলা, দেশ ...
পশ্চিম ছিয়াং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | আল' |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম, অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ৭ টা (লিৰ’ম্বা, লিকাবালি, বাচাৰ, পশ্চিম আলং, পূব আলং, ৰুমগং, মেচুকা) |
মাটিকালি | |
- মুঠ | ৮,৩২৫ কি.মি.২ (৩,২১৪.৩ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১,১২,২৭২ জন |
- জনঘনত্ব | ১৩.৫ প্ৰতি বৰ্গ কি.মি. (৩৪.৯ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৭.৬%[1] |
- লিংগ অনুপাত | 916[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 28°24′N 94°33′E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক