পদ্মভূষণ
From Wikipedia, the free encyclopedia
পদ্মভূষণ (হিন্দী: पद्म भूषण) পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে।
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য, প্ৰকাৰ ...
পদ্মভূষণ | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | ৰাষ্ট্ৰীয় | |
প্ৰতিষ্ঠা | ১৯৫৪ | |
প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০২৩ | |
মুঠ প্ৰদানৰ সংখ্যা | ১২৮৭ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
বঁটাৰ মৰ্যদা | ||
পদ্মবিভূষণ ← পদ্মভূষণ → পদ্মশ্ৰী |
বন্ধ কৰক