![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/ce/Panchatantra_page.jpg/640px-Panchatantra_page.jpg&w=640&q=50)
পঞ্চতন্ত্ৰ
বিষ্ণু শৰ্মা ৰচিত সংস্কৃত ভাষাৰ এখন প্ৰাচীন গ্ৰন্থ / From Wikipedia, the free encyclopedia
পঞ্চতন্ত্ৰ (সংস্কৃত: पञ्चतन्त्र ) সংস্কৃত ভাষাত ৰচিত এখন প্ৰাচীন গ্ৰন্থ। ৰচয়িতা কবি বিষ্ণু শৰ্মা। কিন্তু এই গ্ৰন্থৰ মূল পাণ্ডুলিপি পোৱা হোৱা নাই। বিভিন্ন উপদেশমূলক গল্পৰ সঙ্কলন এইখন গ্ৰন্থ। জীৱন পথৰ নানা উপদেশ এই গ্ৰন্থৰ বিভিন্ন গল্পেৰ যোগেদি উদাহৰণদি দাঙি ধৰিছে। গ্ৰন্থখন ৫টা তন্ত্ৰ বা ভাগত বিভক্ত। এইবিলাক হ'ল :
- মিত্ৰভেদ
- মিত্ৰপ্ৰাপ্তি
- কাকোলুকীয়
- লব্ধপ্ৰনাশ
- অপৰিক্ষিতকাৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/ce/Panchatantra_page.jpg/640px-Panchatantra_page.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/0/00/18th_century_Panchatantra_manuscript_page%2C_the_talkative_turtle.jpg/640px-18th_century_Panchatantra_manuscript_page%2C_the_talkative_turtle.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6b/Mendhut-Tantri02.jpg/320px-Mendhut-Tantri02.jpg)