নেচনেল কেডেট কৰ্পছ (ভাৰত)
From Wikipedia, the free encyclopedia
নেচনেল কেডেট কৰ্পছ চমুকৈ এন চি চি (ইংৰাজী: The National Cadet Corps (NCC)) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুৱ শাখা, ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ নতুন দিল্লীত আছে । ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাক লৈ গঠিত ট্ৰাই-চাৰ্ভিচ অৰ্গেনাইজেচনৰ অংশ হিচাপে স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি আৰু ই স্বেচ্ছামূলক৷ কেডেটসকলক ক্ষুদ্ৰ অস্ত্ৰ আৰু ড্ৰিলৰ মৌলিক সামৰিক প্ৰশিক্ষণ দিয়া হয়। বিষয়া আৰু কেডেটসকলে নিজৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত সক্ৰিয় সামৰিক সেৱাৰ কোনো দায়িত্বত নাথাকে।
ক্ষিপ্ৰ তথ্য নেচনেল কেডেট কৰ্পছ, সক্ৰিয়তা ...
নেচনেল কেডেট কৰ্পছ | |
---|---|
राष्ट्रीय कैडेट कोर | |
Emblem of National Cadet Corps | |
সক্ৰিয়তা | জুলাই ১৬ ১৯৪৮; 75 বছৰ আগত (July 16 1948) – present |
দেশ | ভাৰত |
আনুগত্য |
|
প্ৰকাৰ | Civilian auxiliary |
ভূমিকা | Student uniformed group |
আকাৰ | 10,00,000–13,00,000[1] |
অংশ | সাঁচ:Armed forces |
Headquarters | New Delhi |
মূলমন্ত্ৰ | एकता और अनुशासन Unity and Discipline |
ৱেবছাইট | |
কামণ্ডাৰ/সেনাপতি | |
Director General | Lt. Gen. Gurbirpal Singh[2] |
উল্লেখযোগ্য কামণ্ডাৰসকল |
Lt. Gen. Vikrant Prasher[3] |
অধিচিহ্ণ | |
Flag |
বন্ধ কৰক