![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e5/Dwarf_mongoose_Korkeasaari_zoo.jpg/640px-Dwarf_mongoose_Korkeasaari_zoo.jpg&w=640&q=50)
নেউল
আফ্ৰিকা আৰু এছিয়াৰ স্তন্যপায়ী প্ৰাণীৰ পৰিয়াল / From Wikipedia, the free encyclopedia
নেউল (ইংৰাজী: Mongoose) এবিধ সৰু আকাৰৰ মাংসভোজী প্ৰাণী।[2] Herrpestidae পৰিয়ালৰ অন্তৰ্ভুক্ত এই স্তন্যপায়ী প্ৰাণীবিধ প্ৰধানকৈ ইউৰেছিয়া আৰু আফ্ৰিকা মহাদেশত বিস্তৃত হৈ আছে। [1] অসমত দেখা পোৱা প্ৰধান নেউলৰ প্ৰজাতিসমূহ হৈছে জাতি নেউল (Herperstes edwardsii nyula), পাটি নেউল Herperstes javanicus auropuntatus) আৰু কেঁকোৰা খোৱা নেউল (Crab-eating Mongoose, Herpestes urva)[3]
ক্ষিপ্ৰ তথ্য নেউল (Mongoose), জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
নেউল (Mongoose)[1] | |
---|---|
![]() | |
Common dwarf mongoose | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordate |
শ্ৰেণী: | Mammallia |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Feliformia |
পৰিয়াল: | Herpestidae Bonaparte, 1845 |
Type genus | |
Herpestes Illiger, 1811 | |
Genera | |
See text | |
![]() | |
সমাৰ্থক | |
|
বন্ধ কৰক