![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/dc/Kamakhya_Temple%252C_Guwahati.jpg/640px-Kamakhya_Temple%252C_Guwahati.jpg&w=640&q=50)
নীলাচল স্থাপত্যশৈলী
ভাৰতৰ অসমত উদ্ভৱ হোৱা হিন্দু মন্দিৰ স্থাপত্যশৈলী / From Wikipedia, the free encyclopedia
নীলাচল স্থাপত্যশৈলী ভাৰতৰ অসমত উদ্ভৱ হোৱা হিন্দু মন্দিৰ স্থাপত্যশৈলী। অসমৰ হিন্দু ধৰ্মৰ ঐতিহাসিক মঠ-মন্দিৰ সমূহ ঘাইকৈ নীলাচল স্থাপত্যশৈলী। ৰথৰ আৰ্হিত নিৰ্মাণ কৰা বহুভূজাকৃতিৰ ভূমিৰ ওপৰত কেইবাটাও সুউচ্চ শিখৰে গঠিত মন্দিৰ এই শৈলীৰ বিশেষত্ব।[1] এই সংমিশ্ৰিত স্থাপত্যশৈলী পোন প্ৰথমবাৰৰ বাবে নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত ব্যৱহাৰ কৰা হৈছিল। কোঁচ ৰজাসকলে আৰম্ভ কৰা এই শৈলী পিছলৈ আহোম ৰজাসকলৰ সময়ত জনপ্ৰিয়তা লাভ কৰে।[2]