![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/09/Blue-throated_Barbet_%2528Megalaima_asiatica%2529_in_Kolkata_I_IMG_7592.jpg/640px-Blue-throated_Barbet_%2528Megalaima_asiatica%2529_in_Kolkata_I_IMG_7592.jpg&w=640&q=50)
নীলকণ্ঠ চৰাই
চৰাইৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো চৰাইৰ প্ৰজাতিটোৰ বিষয়ে। হিন্দু দেৱতা জনৰ বাবে শিৱ চাওক।
নীলকণ্ঠী হেটুলুকা (ইংৰাজী: Blue-throated Barbet, বৈজ্ঞানিক নাম: Megalaima asiatica) সমগ্ৰ ভাৰত উপমহাদেশ তথা সক্ষিণ-পূব এছিয়াত দেখা পোৱা এটা চৰাইৰ প্ৰজাতি৷
ক্ষিপ্ৰ তথ্য নীলকণ্ঠী হেটুলুকা (Blue-throated Barbet), সংৰক্ষণ স্থিতি ...
নীলকণ্ঠী হেটুলুকা (Blue-throated Barbet) | |
---|---|
![]() | |
কলিকতাত এটা নীলকণ্ঠী হেটুলুকা চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Piciformes |
পৰিয়াল: | Megalaimidae |
গণ: | Megalaima |
প্ৰজাতি: | M. asiatica |
বৈজ্ঞানিক নাম | |
Megalaima asiatica (Latham, 1790) | |
সমাৰ্থক | |
Cyanops davisoni |
বন্ধ কৰক