নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন
From Wikipedia, the free encyclopedia
নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।
ক্ষিপ্ৰ তথ্য নিউ বঙাইগাঁওভাৰতীয় ৰেলৰ জংচন ষ্টেচন, ষ্টেচনৰ তথ্য ...
নিউ বঙাইগাঁও ভাৰতীয় ৰেলৰ জংচন ষ্টেচন | |
---|---|
নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ নিশাৰ দৃশ্য | |
ষ্টেচনৰ তথ্য | |
ঠিকনা | বালাজী মন্দিৰ ৰোড, বঙাইগাঁও, অসম ভাৰত |
স্থানাংক | 26.4757°N 90.5360°E / 26.4757; 90.5360 |
উচ্চতা | ৫৮ মিটাৰ (190 ফুট) |
লাইন | বাৰাউনী - গুৱাহাটী পথ নিউ বঙাইগাঁও -যোগীঘোপা-কামাখ্যা শাখা নিউ বঙাইগাঁও -আলিপুৰ দুৱাৰ-শিলিগুৰি পথ |
গঠনৰ প্ৰকাৰ | সাধাৰণ মাটিত |
প্লে'টফৰ্ম | ৫ |
পাৰ্কিং | আছে |
চাইকেলৰ সুবিধা | আছে |
Baggage check | আছে |
আন তথ্য | |
মুকলি | ১৯৬৫ |
ষ্টেচন ক'ড | NBQ |
ডিভিজন | ৰঙিয়া |
অধিকাৰিত্ব | ভাৰতীয় ৰেল |
অ'পাৰেটৰ | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ষ্টেচন স্থিতি | কাৰ্যক্ষম |
অৱস্থান | |
বন্ধ কৰক