নিউয়ৰ্ক মহানগৰ (ইংৰাজী: New York City; সংক্ষেপে NYC বা এন ৱাই চি) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত বিশ্বৰ এক গুৰুত্বপূৰ্ণ চহৰ। ২০১৮ চনৰ অনুমাণিক ৮২,৯৮,৭৪৮ জনসংখ্যাৰে আৰু ৭৮৪ বৰ্গ কিলোমিটাৰ (৩০২.৬ বৰ্গ মাইল) মাটিকালিৰে নিউয়ৰ্ক মহানগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক জনবসতীপূৰ্ণ আৰু সৰ্বাধিক জনঘনত্বৰ চহৰ।[6]
নিউয়ৰ্ক মহানগৰ | |
---|---|
মহানগৰ | |
স্থাপিত | ১৬২৪ |
নিউয়ৰ্ক পৌৰনিগম | ১৮৯৮ |
চৰকাৰ | |
• ধৰণ | পৌৰনিগম |
• মেয়ৰ | বিল দে ব্লেচিঅ' |
কালি | |
• সৰ্বমুঠ | 468.5 sq mi (1,213 km2) |
• ভূমি | 302.6 sq mi (784 km2) |
• পানী | 165.8 sq mi (429 km2) |
• মেট্ৰ’ | 13,318 sq mi (34,490 km2) |
উচ্চতা | ৩৩ ফুট (১০ মিটাৰ) |
জনসংখ্যা | |
• Estimate (২০১৩) |
৮৪০৫৮৩৭[5] |
• স্থান | ১ম (আমেৰিকা যুক্তৰাষ্ট্ৰত) |
• ঘনত্ব | ২৭৫৫০/sq mi (10,640/km2) |
• মেট্ৰ’ | 1,99,89,802 |
• CSA | 2,33,62,099 |
তথ্য সংগ্ৰহ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.