নাৰীবাদী সাহিত্য
কল্পকাহিনী, অকল্পকাহিনী, নাটক বা কবিতা, যিয়ে নাৰীৰ বাবে সমান নাগৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাম / From Wikipedia, the free encyclopedia
নাৰীবাদী সাহিত্য (ইংৰাজী: Feminist Literature) হৈছে কল্পকাহিনী, অকল্পকাহিনী, নাটক বা কবিতা, যিয়ে নাৰীৰ বাবে সমান নাগৰিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰৰ সংজ্ঞা, প্ৰতিষ্ঠা আৰু ৰক্ষাৰ নাৰীবাদী লক্ষ্যসমূহক সমৰ্থন কৰে। ই প্ৰায়ে নাৰীৰ ভূমিকাক পুৰুষৰ ভূমিকাক অসমান বুলি চিনাক্ত কৰে – বিশেষকৈ মৰ্যাদা, বিশেষাধিকাৰ আৰু ক্ষমতাৰ ক্ষেত্ৰত – আৰু সাধাৰণতে নাৰী, পুৰুষ, পৰিয়াল, সম্প্ৰদায় আৰু সমাজৰ বাবে ইয়াৰ পৰিণতি অবাঞ্চিত হিচাপে চিত্ৰিত কৰে।[1]