নামনি ছিয়াং জিলা
From Wikipedia, the free encyclopedia
নামনি ছিয়াং জিলা (Lower Siang district, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১৭ চনৰ ২২ ছেপ্টেম্বৰৰ দিনা পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল৷ নামনি ছিয়াং জিলাৰ অস্থায়ী সদৰ ঠাই লিকাবালি৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী গাল’ জনজাতিৰ৷
ক্ষিপ্ৰ তথ্য নামনি ছিয়াং জিলা, দেশ ...
নামনি ছিয়াং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ২২ নৱেম্বৰ ২০১৭ (2017-11-22) |
সদৰ | লিকাবালি |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম, অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ২ টা (লিকাবালি, নাৰি-কয়ো) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
বন্ধ কৰক