![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/13/Drama-icon.svg/langas-640px-Drama-icon.svg.png&w=640&q=50)
নাটক
সাহিত্যৰ এটি বিশেষ ধৰণ / From Wikipedia, the free encyclopedia
নাটক (ইংৰাজী: Drama) সাহিত্যৰ এটি বিশেষ ধৰণ। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্ছনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। তথাপি সংলাপেই শেষ কথা নহয়। সংলাপবিহীন অভিনয়ো নাটকৰ অংশ। অৰ্থাৎ কোনো এটা চৰিত্ৰ যদি কিছু সময়ৰ বাবে ওলাই , তেখেতৰ যদি কোনো সংলাপ নাথাকে তেন্তে সেই চৰিত্ৰটোও নাটকৰ অংশত পৰে ।
সাহিত্য |
---|
প্ৰধান ক্ষেত্ৰ |
গোত্ৰ |
মহাকাব্য · গীতি-কাব্য · নাটক |
মাধ্যম |
অভিনয় (নাট্যমঞ্চ বা থিয়েটাৰ) · গ্ৰন্থ |
কৌশল |
ইতিহাস আৰু তালিকা |
সাহিত্যৰ ক্ৰম বিকাশ |
আলোচনা |
সাহিত্য সমালোচনা · সাহিত্য তত্ত্ব · সাহিত্য-সাময়িকী |
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/13/Drama-icon.svg/320px-Drama-icon.svg.png)