নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল
বাংলাদেশৰ নাছিৰনগৰ, ব্ৰাহ্মণবাড়িয়াৰ পুৰণি মাধ্যমিক শিক্ষানুষ্ঠান / From Wikipedia, the free encyclopedia
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল (বঙালী: নাসিরনগর আশুতোষ পাইলট উচ্চ বিদ্যালয়,ইংৰাজী: Nasirnagar Ashutosh Pilot High School) বাংলাদেশৰ নাছিৰনগৰ, ব্ৰাহ্মণবাড়িয়াৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৩৭ চনত এইখন স্থাপন কৰা হৈছিল। নাসিৰনগৰ আশুতোষ পাইলট হাইস্কুলত বিজ্ঞান, বাণিজ্য, মানৱিক তিনিওটা শাখা মাধ্যমিকৰ পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে।
ক্ষিপ্ৰ তথ্য নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল, মূলমন্ত্ৰ ...
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল | |
---|---|
বঙালী: নাসিরনগর আশুতোষ পাইলট উচ্চ বিদ্যালয় | |
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুলৰ প্ৰবেশমুখ | |
মূলমন্ত্ৰ | 'Education is light' |
স্থাপিত | ১৯৩৭ |
ধৰণ | উচ্চ মাধ্যমিক বিদ্যালয় |
প্রধান শিক্ষক | আবদুল ৰহিম |
শিক্ষাৰ্থী | ৩৫০০+ |
স্থান | নাছিৰনগৰ, ব্রাহ্মণবাড়িয়া, বাংলাদেশ |
উপনাম | আশুতোষ |
ৱেবছাইট | http://naphschool.edu.bd/ |
বন্ধ কৰক