নক্সালবাৰী বিদ্ৰোহ
From Wikipedia, the free encyclopedia
নক্সালবাৰী বিদ্ৰোহ (ইংৰাজী: Naxalbari uprising) ১৯৬৭ চনত ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ শিলিগুৰি মহকুমাৰ নক্সালবাৰী ব্লকত সংঘটিত হোৱা সশস্ত্ৰ কৃষক বিদ্ৰোহ।[2][3] মূলতঃ জনজাতীয় (আদিবাসী) আৰু বংগৰ উগ্ৰ কমিউনিষ্ট নেতাসকলে ইয়াৰ নেতৃত্ব দিছিল আৰু ১৯৬৯ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) দল বিকশিত হোৱাত এই নেতৃত্বৰ বিশিষ্ট ভূমিকা আছিল। সশস্ত্ৰ সংগ্ৰাম নক্সালবাদী আন্দোলনৰ প্ৰেৰণা হৈ পৰিছিল, যি পশ্চিম বংগৰ পৰা ভাৰতৰ অন্যান্য ৰাজ্যলৈ দ্ৰুতগতিত বিয়পি পৰিছিল আৰু দেশৰ মূল কমিউনিষ্ট সংগঠন- ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-ৰ ভিতৰত বিভাজনৰ সৃষ্টি কৰিছিল।[4]
ক্ষিপ্ৰ তথ্য নক্সালবাৰী বিদ্ৰোহ, অৱস্থান ...
নক্সালবাৰী বিদ্ৰোহ | |||||
---|---|---|---|---|---|
শীতল যুদ্ধ আৰু নক্সালবাদী বিদ্ৰোহৰ অংশ | |||||
|
|||||
যুজাৰু | |||||
ভাৰত
Supported by: | All India Coordination Committee of Communist Revolutionaries
Supported by: |
||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||
ইন্দিৰা গান্ধী অজয় কুমাৰ মুখাৰ্জী জ্যোতি বসু হৰেকৃষ্ণ কোনাৰ | চাৰু মজুমদাৰ কানু সান্যাল জংগল চাঁওতাল শান্তি মুন্দা |
||||
জড়িত গোট | |||||
ভাৰতীয় আৰক্ষী সেৱা পশ্চিম বংগ আৰক্ষী | শিলিগুৰি গোট দাৰ্জিলিং গোট |
||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||
১জন আৰক্ষীৰ মৃত্যু | ১১জন বিদ্ৰোহীৰ মৃত্যু |
বন্ধ কৰক