মহাভাৰতৰ পঞ্চ পাণ্ডৱৰ চতুৰ্থ জন From Wikipedia, the free encyclopedia
হিন্দু পুৰাণ মহাভাৰতত নকুল (অৰ্থ: 'বংশৰ আটাইতকৈ সুদৰ্শন') আছিল চতুৰ্থ পাণ্ডৱ। নকুল আৰু তেওঁৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে।
নকুল | |
---|---|
১৮ শতিকাৰ এখন চিত্ৰত নকুল | |
ব্যক্তিগত তথ্য | |
পৰিয়াল | অভিভাৱক ভাতৃ (মাদ্ৰী)
|
দাম্পত্যসঙ্গী | Page সাঁচ:Hlist/styles.css has no content.
|
সন্তান | পুত্ৰ
|
আত্মীয় |
|
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.