From Wikipedia, the free encyclopedia
ধুবুৰী লোকসভা সমষ্টি (ইংৰাজী: Dhubri Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
ধুবুৰী লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৫১ | আমজাদ আলি | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
২ | ১৯৫৭ | আমজাদ আলি | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
৩ | ১৯৬২ | গিয়াছুদ্দিন আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪ | ১৯৬৭ | জাহানুদ্দিন আহমেদ | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
৫ | ১৯৭১ | মইনুল চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬ | ১৯৭৭ | আহমেদ হুচেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭ | ১৯৮৪ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮ | ১৯৯১ | নুৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ১৯৯৬ | নুৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০ | ১৯৯৮ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১ | ১৯৯৯ | আব্দুল হামিদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২ | ২০০৪ | আনোৱাৰ হুচেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৩ | ২০০৯ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৪ | ২০১৪ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৫ | ২০১৯ | বদৰুদ্দিন আজমল | এ আই ইউ ডি এফ |
১৬ | ২০২৪ | ৰকিবুল হুছেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ [2] |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.