দ্য কেৰালা ষ্ট’ৰী
সুদীপ্ত সেনৰ দ্বাৰা পৰিচালিত ২০২৩ চনৰ ভাৰতীয় হিন্দী ছবি / From Wikipedia, the free encyclopedia
দ্য কেৰালা ষ্ট’ৰী ২০২৩ চনৰ ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালক সুদীপ্ত সেন আৰু প্ৰযোজক বিপুল অমৃতলাল শ্বাহ।[2] ছবিখনত অভিনয় কৰিছে— অদা শৰ্মা, যোগিতা বিহানী, ছোনিয়া বালানী আৰু সিদ্ধি ইদনানী। কাহিনীটোত কেৰালাৰ এদল হিন্দু মহিলাৰ কাহিনী অনুসৰণ কৰা হৈছে, যিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি ইৰাক আৰু ছিৰিয়াৰ চৰমপন্থী সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টে’টত যোগদান কৰে।
ক্ষিপ্ৰ তথ্য দ্য কেৰালা ষ্ট’ৰী, পৰিচালক ...
দ্য কেৰালা ষ্ট’ৰী | |
---|---|
পৰিচালক | সুদীপ্ত সেন |
ৰচনা |
|
প্ৰযোজক | বিপুল অমৃতলাল শাহ |
অভিনয়ত |
|
সম্পাদনা | সঞ্জয় শৰ্মা |
সংগীত পৰিচালক | বীৰেশ শ্ৰীভালসা বিশাখ জ্যোতি |
প্ৰযোজনা কোম্পানী |
সানশাইন পিকচাৰ্স |
মুক্তি |
৫ মে' ২০২৩ (2023-05-05) |
দেশ | ভাৰত |
ভাষা | হিন্দি |
বাজেট | est.₹ ৪০ কোটি[1] |
বন্ধ কৰক