![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f6/Dev_Kant_Baruah.jpg/640px-Dev_Kant_Baruah.jpg&w=640&q=50)
দেৱকান্ত বৰুৱা
অসমীয়া সাহিত্যিক / From Wikipedia, the free encyclopedia
দেৱকান্ত বৰুৱা (ইংৰাজী: Debakanta Baruah) ৰোমাণ্টিক যুগৰ শেষৰ ফালৰ আৰু আধুনিক যুগৰ প্ৰাৰম্ভণি কবি। তেখেতক কলংপাৰৰ কবি তথা সংক্ৰান্তিকালৰ কবি বুলি কোৱা হয়। মাথোঁ কেইটিমান কবিতাৰে অসমীয়া কাব্য সাহিত্যত তেওঁ এক উচ্চ স্থান অধিকাৰ কৰিছে। তেওঁ ৰাজনীতি, সাহিত্য আৰু সংবাদ জগততো বিশেষ প্ৰতিভাবান আছিল। নিজৰ প্ৰতিভাৰ বলতে ইন্দিৰা গান্ধীৰ সময়ত কংগ্ৰছ দলৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল।
ক্ষিপ্ৰ তথ্য দেৱকান্ত বৰুৱা, ব্যক্তিগত তথ্য ...
দেৱকান্ত বৰুৱা | |
---|---|
![]() দেৱকান্ত বৰুৱা | |
ব্যক্তিগত তথ্য | |
জন্ম | ২২ ফেব্ৰুৱাৰী, ১৯১৪ ডিব্ৰুগড়, অসম |
মৃত্যু | ২৮ জানুৱাৰী, ১৯৯৬ নতুন দিল্লী |
দাম্পত্যসঙ্গী | প্ৰিয়লতা দাস (১৯৪৬) |
সম্বন্ধীয় | নৱকান্ত বৰুৱা (ভাতৃ) |
পেচা | ৰাজনীতিবিদ, কবি |
বন্ধ কৰক