![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/World_Heritage_Sites_by_country.png/640px-World_Heritage_Sites_by_country.png&w=640&q=50)
দেশ অনুসৰি বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
২০১২ চনলৈকে, সৰ্বমুঠ ৯৬২ খন[1] এই বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰসমূহ ১৫৭খন দেশব্যপী ("state parties") আছে[2]। এই ৯৬২খন ক্ষেত্ৰৰ ভিতৰত , ৭৪৫খন "সাংষ্কৃতিক", ১৮৮খন "প্ৰাকৃতিক" বাকী ২৯খন মিশ্ৰ সম্পদ। দেশসমূহ বিশ্ব ঐতিহ্য কমিটিয়ে ৫ ভৌগোলিক এলেকাত বিভক্ত কৰিছে: আফ্ৰিকা, আৰৱ, এছিয়া-পেছিফিক, ইউৰোপ আৰু উত্তৰ আমেৰিকা, আৰু লেটিন আমেৰিকা আৰু কেৰিবিয়ান।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/World_Heritage_Sites_by_country.png/640px-World_Heritage_Sites_by_country.png)