দেওৰাজ হাঁহ
From Wikipedia, the free encyclopedia
দেওৰাজ হাঁহ (ইংৰাজী: Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰাজহাঁহ(ইংৰাজী: Goose)ৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷
ক্ষিপ্ৰ তথ্য দেওৰাজ হাঁহ (Greylag Goose), সংৰক্ষণ স্থিতি ...
দেওৰাজ হাঁহ (Greylag Goose) | |
---|---|
Western Greylag Goose (Anser anser anser) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Anseriformes |
পৰিয়াল: | Anatidae |
উপপৰিয়াল: | Anserinae |
গোত্ৰ: | Anserini |
গণ: | Anser |
প্ৰজাতি: | A. anser |
বৈজ্ঞানিক নাম | |
Anser anser (Linnaeus, 1758) | |
Subspecies | |
| |
সমাৰ্থক | |
Anas anser Linnaeus, 1758 |
বন্ধ কৰক