From Wikipedia, the free encyclopedia
দুৰ্যোধন (সংস্কৃত: दुर्योधन ) মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জেষ্ঠ্য। তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুত্ৰ।
মহাভাৰতৰ মতে গান্ধাৰীয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওঁৰ সন্তান ৰজা নহ'ব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্টা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিঁউৰ পাত্ৰত ৰাখি দিয়ে য'ৰ পৰা এশ সন্তানৰ জন্ম হয়, যাৰ জেষ্ঠ্যজনেই দুৰ্যোধন।
মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত তেওঁৰ ভীমৰ হাতত নিহত হৈছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.