দীপৰ বিল
From Wikipedia, the free encyclopedia
দীপৰ বিল (ইংৰাজী: Dipor Bil) হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়।[1] ইয়াৰ উপৰিও, বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা (Important Bired Area) বুলি চিহ্নিত কৰিছে।
ক্ষিপ্ৰ তথ্য দীপৰ বিল, অৱস্থান ...
দীপৰ বিল | |
---|---|
সন্ধ্যাৰ সময়ত দীপৰ বিল | |
অৱস্থান | গুৱাহাটী, কামৰূপ জিলা, অসম |
স্থানাংক | 26.13°N 91.66°E / 26.13; 91.66 |
Basin countries | ভাৰত |
Surface area | 40.14 বৰ্গ কি.মি. (15.50 বৰ্গ মাইল) |
Average depth | 1 মিটাৰ (3.3 ফুট) |
Max. depth | 4 মিটাৰ (13 ফুট) |
Surface elevation | 53 মিটাৰ (174 ফুট) |
Settlements | Twelve villages on the periphery of the beel |
ৱেবছাইট | www |
বন্ধ কৰক