দিনকণা
From Wikipedia, the free encyclopedia
দিনকণা (ইংৰাজী: Indian Nightjar, বৈজ্ঞানিক নাম-Caprimulgus asiaticus) এবিধ সৰু আকাৰৰ নিশাচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানত: দক্ষিণ-পূব এছিয়াৰ মুকলি অঞ্চলত প্ৰজনন কৰে৷ ই গধূলি আৰু পুৱতি নিশা ক্লিক ক্লিক ধৰণে শেষলৈ চুটি আৰু অধিক খৰ কৈ মাত মাতে৷ এই মাতটো সাধাৰণতে বৰফাবৃত হ্ৰদ এটাত শিল এটা পৰিলে হোৱা শব্দৰ দৰে শুনা যায়৷
ক্ষিপ্ৰ তথ্য দিনকণা (Indian Nightjar), সংৰক্ষণ স্থিতি ...
দিনকণা (Indian Nightjar) | |
---|---|
Indian Nightjar, Caprimulgus asiaticus | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Caprimulgiformes |
পৰিয়াল: | Caprimulgidae |
গণ: | Caprimulgus |
প্ৰজাতি: | C. asiaticus |
বৈজ্ঞানিক নাম | |
Caprimulgus asiaticus Latham, 1790 |
বন্ধ কৰক