![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/24/Pulitzer2018-danish-siddiqui-20180530-wp.jpg/640px-Pulitzer2018-danish-siddiqui-20180530-wp.jpg&w=640&q=50)
দানিছ চিদ্দিকী
ভাৰতীয় ফটোসাংবাদিক / From Wikipedia, the free encyclopedia
দানিছ চিদ্দিকী (ইংৰাজী: Danish Siddiqui, ১৯ মে' ১৯৮৩ – ১৬ জুলাই ২০২১)[1] এজন ভাৰতীয় ফটো-সাংবাদিক আছিল। তেওঁ ৰাষ্ট্ৰীয় ৰয়টাৰ্ছ মাল্টিমিডিয়া দলৰ মুৰব্বী আছিল।[2][3][4][5] তেওঁ ৰহিংগীয়া শৰণাৰ্থী সংকটৰ নথিভুক্ত কৰাৰ বাবে ৰয়টাৰ্ছ দলৰ অংশ হিচাপে ২০১৮ চনত পুলিৎজাৰ বঁটা লাভ কৰিছিল। ২০২১ চনত পাকিস্তান সীমান্তৰ ওচৰত আফগান নিৰাপত্তা বাহিনী আৰু তালিবান বাহিনীৰ মাজত সংঘটিত সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰাৰ সময়ত তেওঁ গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰে।[6][7][8]
ক্ষিপ্ৰ তথ্য দানিছ চিদ্দিকী, জন্ম ...
দানিছ চিদ্দিকী | |
---|---|
![]() ২০১৮ চনত দানিছ চিদ্দিকী | |
জন্ম | ১৯ মে ১৯৮৩ নতুন দিল্লী[1] |
মৃত্যু | ১৬ জুলাই, ২০২১ (৩৮ বছৰ) স্পিন বুলদাক, কান্দাহাৰ, আফগানিস্তান |
মৃত্যুৰ কাৰণ | গুলিবিদ্ধ |
শিক্ষানুষ্ঠান | জামিয়া মিলিয়া ইছলামীয়া |
পেচা | ফটোসাংবাদিক |
নিয়োগকৰ্তা | ৰয়টাৰ্ছ |
দাম্পত্যসঙ্গী | ৰিক |
সন্তান | ২ |
ৱেবছাইট | |
www |
বন্ধ কৰক