দক্ষিণ শালমাৰা বিধানসভা সমষ্টি
অসমৰ বিধান সভা সমষ্টি। / From Wikipedia, the free encyclopedia
দক্ষিণ শালমাৰা বিধানসভা সমষ্টি হৈছে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম ৷ শালমাৰাও ধুবুৰী লোকসভা সমষ্টিৰ অংশ ৷ [1] [2]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য দক্ষিণ শালমাৰা, সমষ্টিৰ বিৱৰণ ...
সমষ্টি নং- ২২ অসম বিধানসভা সমষ্টি | |
ৰাষ্ট্ৰ | ভাৰত |
ৰাজ্য | অসম |
জিলা | দক্ষিণ শালমাৰা মানকাচৰ |
লোকসভা সমষ্টি | ধুবুৰী লোকসভা সমষ্টি |
প্ৰতিস্থা | ১৯৭৮ |
মুঠ ভোটাৰ | ১,৮৯,২৬৪ |
সংৰক্ষণ | না |
ৱাজেদ আলী চৌধুৰী | |
দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
মিত্ৰগোট | মহাজোট |
নিৰ্বাচিত বছৰ | অসম বিধানসভা সমষ্টি নিৰ্বাচন ২০২১ |
বন্ধ কৰক