থোনাকল গোপী
From Wikipedia, the free encyclopedia
থোনাকল গোপী (জন্ম: ২৪ মে' ১৯৮৮)[1] এজন ভাৰতীয় এথলীট। তেওঁ ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকৰ মাৰাথথন দৌৰ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিছিল।[2] তেওঁ বৰ্তমান ভাৰতীয় সেনা বাহিনীত কৰ্মৰত।[3][4][5]
ক্ষিপ্ৰ তথ্য থোনাকল গোপী, জন্ম ...
বন্ধ কৰক