![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/73/Vegetarian_thali_at_an_Indian_restaurant_in_Dubai.jpg/640px-Vegetarian_thali_at_an_Indian_restaurant_in_Dubai.jpg&w=640&q=50)
থালি
কাঁহীত পৰিৱেশন কৰা বিভিন্ন ব্যঞ্জনেৰে গঠিত ভাৰতীয় শৈলীৰ আহাৰ / From Wikipedia, the free encyclopedia
থালি বা ভোজনম (অৰ্থাৎ সম্পূৰ্ণ আহাৰ) হৈছে দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু কেৰিবিয়ান অঞ্চলত খাদ্য পৰিৱেশন কৰিবলৈ ব্যৱহৃত এক ঘূৰণীয়া কাঁহী। কাঁহীত পৰিৱেশন কৰা বিভিন্ন ব্যঞ্জনেৰে গঠিত ভাৰতীয় শৈলীৰ আহাৰ বুজাবলৈও থালি শব্দৰ ব্যৱহাৰ কৰা হয়।
থালি দক্ষিণ এছিয়াত বিভিন্ন আনুষ্ঠানিকতাৰ বাবেও ব্যৱহাৰ কৰা হয়।