থাম্বেলিনা
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন ৰচিত সাধুকথা / From Wikipedia, the free encyclopedia
থাম্বেলিনা (ডেনিছ: Tommelise, ইংৰাজী: Thumbelina) হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা। ১৮৩৫ চনৰ ১৬ ডিচেম্বৰত কোপেনহেগেনৰ, ডেনমাৰ্কত "ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ" ত ইয়াৰ প্ৰথম প্ৰকাশ হয়। প্ৰকাশক আছিল চি .এ.ৰেইটজেল (C.A.Reitzel)। থাম্বেলিনা হ'ল এটি কণমানি ছোৱলীৰ সাধু য'ত তাই নিজৰ শাৰীৰিক অৱয়ব, বিয়া কৰাবলৈ বিয়াকুল ভেকুলী,এন্দুৰ,ফৰিং আদিৰ বিৰূদ্ধে অভিযান চলাই আৰু সৰ্বশেষত তাইৰ সমানেই সৰু এজন ফুলকোঁৱৰৰ প্ৰেমত পৰে। ১৮৪৬ চনতেই থাম্বেলিনা ইংৰাজীলৈ অনূদিত হয় আৰু চলচ্চিত্ৰ , সংগীত আদি বিভিন্ন মাধ্যমত ইয়াৰ অভিযোজন দেখা যায়।
ক্ষিপ্ৰ তথ্য "থাম্বেলিনা (Thumbelina)", লিখক ...
বন্ধ কৰক