থমাছ আলভা এডিচন
From Wikipedia, the free encyclopedia
থমাছ আলভা এডিচন (ইংৰাজী: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল।
ক্ষিপ্ৰ তথ্য থমাচ আলভা এডিচনThomas Alva Edison, জন্ম ...
থমাচ আলভা এডিচন Thomas Alva Edison | |
---|---|
"প্ৰতিভা হ'ল এক শতাংশ অনুপ্ৰেৰণা আৰু নিৰানব্বৈ শতাংশ অধ্যৱসায়" – এডিচন, হাৰ্পাৰ্চ মেগাজিন, চেপ্তেম্বৰ, ১৯৩২ সংখ্যা | |
জন্ম | ফেব্ৰুৱাৰী ১১, ১৮৪৭ মিলান, অহায়ো, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | অক্টোবৰ ১৮, ১৯৩১ ৱেষ্ট অৰেঞ্জ, নিউ জাৰ্চি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষা | বিদ্যালয়ৰ শিক্ষা অসমাপ্ত |
পেচা | উদ্ভাৱক, বিজ্ঞানী, ব্যৱসায়ী |
ধৰ্ম | ডেইষ্ট |
দাম্পত্যসঙ্গী | মেৰী ষ্টীলৱেল (বিবাহকাল ১৮৭১-১৮৮৪) মীনা মিলাৰ (বিবাহকাল ১৮৮৬-১৯৩১) |
পিতৃ-মাতৃ | চেমুৱেল অগডেন এডিচন জুনিয়ৰ (১৮০৪-১৮৯৬) নেঞ্চি মেথিউজ এলিয়ত (১৮১০-১৮৭১) |
সন্তান | মেৰিয়ন এষ্টেল এডিচন(১৮৯৩-১৯৬৫) থমাচ আলভা এডিচন জুনিয়ৰ (১৮৭৬-১৯৩৫) উইলিয়াম লেচলি এডিচন (১৮৭৮-১৯৩৭) মেডেলিন এডিচন (১৮৮৮-১৯৭৯) চাৰ্লচ্ এডিচন (১৮৯০-১৯৬৯) থিয়ড'ৰ মিলাৰ এডিচন(১৮৯৮-১৯৯২) |
আত্মীয়-স্বজন | লিৱিচ মিলাৰ (শহুৰ) |
স্বাক্ষৰ | |
বন্ধ কৰক