এটা খণ্ডগত লিখন ব্যৱস্থা From Wikipedia, the free encyclopedia
তিব্বতী লিপি হৈছে তিব্বতী, জোংখা, ছিকিমিজ, লাডাখী, জিৰেল আৰু বাল্টিকে ধৰি কিছুমান বিশেষ তিব্বতী ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ভাৰতীয় মূলৰ এটা খণ্ডগত লিখন ব্যৱস্থা (আবুগিদা)৷ তিব্বতৰ সৈতে ঘনিষ্ঠ সাংস্কৃতিক সংস্পৰ্শত থকা কিছুমান অতিব্বতী ভাষাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হৈছে, যেনে ঠাকালি আৰু পুৰণি তুৰ্কী । [1] ছপা ৰূপটোক uchen লিপি বুলি কোৱা হয় আনহাতে দৈনন্দিন লিখনিত ব্যৱহৃত হাতেৰে লিখা কাৰ্চিভ ৰূপটোক umê লিপি বোলা হয়। এই লেখা পদ্ধতি হিমালয়, আৰু তিব্বতত ব্যৱহাৰ কৰা হয় ৷ এই লিপি ভাৰত, নেপাল, ভূটান আৰু তিব্বতৰ বিভিন্ন অঞ্চলত বিস্তৃত এক বহল জনগোষ্ঠীয় তিব্বতী পৰিচয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। [2] তিব্বতী লিপি গুপ্ত লিপিৰ পৰা ব্ৰাহ্মিক মূলৰ আৰু মেইটেই, [3] লেপচা, [4] মাৰ্চেন আৰু বহুভাষিক ʼফাগছ-পা লিপিৰ দৰে লিপিৰ পূৰ্বপুৰুষ। [4]
তিব্বতী | |
---|---|
ওঁ মণিপদ্মে হুঁ (তিব্বতী লিপিৰে লিখা) | |
প্ৰকাৰ | Abugida |
ভাষা | Page সাঁচ:Hlist/styles.css has no content. |
সময় | প্ৰায় 650–present |
ISO 15924 | Tibt, 330 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Tibetan |
ইউনিক'ড ৰে'ঞ্জ | U+0F00–U+0FFF Final Accepted Script Proposal of the First Usable Edition (3.0) |
The Semitic origin of the Brahmic scripts is debated; see সাঁচ:Slink for more information.
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.